অসম আনদলনকনদৰক গৱষণমলক বযকতগত চৰচচ: এক পৰচয়মলক অধযয়ন
Abstract
স্ৱৰাজোত্তৰ অসমৰ ঐতিহসিক ঘটনাসমুহৰ ভিতৰত অসম আন্দোলন অন্যতম। সুদীৰ্ঘ ছয় বছৰ জুৰি সমগ্ৰ অসমত বিয়পি থকা এই আন্দোলন মুখ্যত অসমলৈ প্ৰব্ৰজিত হোৱা অবৈধ নগৰিকৰ বিপক্ষে গঢ় লৈ উঠে। অসম চুক্তিৰে সমৰণি পৰা এই আন্দোলনে অসমৰ ৰাজনৈতিক-অৰ্থনৈতিক দিশত বিশেষ ভুমিকা পালন কৰি অহিছে। সমান্তৰালভাৱে সহিত্যৰ ক্ষেত্ৰতো অসম আন্দোলনৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। সাহিত্যিক-বুদ্ধিজীৱিসকলে বিভিন্ন সময়ত আন্দোলন্ভিত্তিক চুটিগল্প, উপন্যাস, নাটক, আত্মজীৱনী, গীত, সমালোচনামূলক লিখনি ৰচনা কৰি অসমীয়া সহিত্যৰ ভড়াল চহকী কৰিছে। আমাৰ এই গৱেষণা পত্ৰখনৰ জৰিয়তে আন্দোলনৰ ভিত্তিত ৰচিত হোৱা সমালোচনামূলক গ্ৰন্থসমূহৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।
Fields of Study & Subjects
South Asian Studies and Conflicts
Colonial History and Postcolonial Studies
South Asian Studies and Diaspora
Publication details
- Journal / source
- International Journal For Multidisciplinary Research
- Volume
- 8
- Issue
- 1
- Publication date
- 12 February 2026
- Language
- AS